10/11/2021 22:16:11 PM Moutushi 11544
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ মঙলদৈঃ দৰং জিলা কাৰাটে সংস্হাৰ উদ্যোগত আৰু মঙলদৈ ক্ৰীড়া সংস্হাৰ সহযোগত বুধবাৰে মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত লৰা আৰু ছোৱালীৰ জিলা ভিত্তিক কাৰাটে প্ৰতিযোগিতাত সদৌ অসম কাৰাটে ড' সংস্হাৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতা, মঙলদৈ ক্ৰীড়া সংস্হাৰ সভাপতি গুৰুজ্যোতি দাস প্ৰমুখ্যে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কেবাগৰাকী বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে ।।