10/11/2021 22:19:35 PM Moutushi 10707
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ মঙলদৈঃ মঙলদৈ ক্ৰীড়া সংস্হাৰ উদ্যোগত আৰু অসম এথলেটিকছ সংস্হাৰ তত্বাৱধানত দৰং জিলা ভিত্তিক লৰা আৰু ছোৱালীৰ আন্তঃক্লাব এথলেটিকছ চেম্পিয়নশ্বিপত বুধবাৰে মঙলদৈ ষ্টেডিয়ামত অনুষ্ঠিত হয় ।