ঢালিগাঁৱত আন্তঃ ইউনিট এথলেটিকছ প্ৰতিযোগিতা


10/11/2021 22:21:12 PM   Moutushi         7588







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ বঙাইগাঁওঃ চিৰাং জিলাৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰৰ ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা তিনিদিনীয়াকৈ সপ্তম উত্তৰ-পূৱ চি আই এছ এফ আন্তঃ ইউনিট এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰে বঙাইগাঁও শোধনাগাৰৰ কাৰিকৰী বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক এছ বি লহকৰে ৷




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20184
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :