10/11/2021 22:21:12 PM Moutushi 10621
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ বঙাইগাঁওঃ চিৰাং জিলাৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰৰ ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা তিনিদিনীয়াকৈ সপ্তম উত্তৰ-পূৱ চি আই এছ এফ আন্তঃ ইউনিট এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৷৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰে বঙাইগাঁও শোধনাগাৰৰ কাৰিকৰী বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক এছ বি লহকৰে ৷