10/11/2021 23:23:53 PM Moutushi 32374
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ ধুবুৰীঃ কোকৰাঝাৰ জিলাৰ ৰূপসী বিমান বন্দৰে সমগ্ৰ অসমবাসীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে। ক'ভিড সৃষ্ট পৰিস্থিতিৰ মাজতে যোৱা মে' মাহৰ পৰা এতিয়ালৈকে এই বিমান বন্দৰেৰে দহ হাজাৰো অধিক যাত্ৰীৰ যাত্ৰা সুকলমে সম্পন্ন কৰে