31/12/2021 23:17:21 PM Moutushi 32720
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজশাৰীৰিক ভাবে অসুস্থ ডিব্রুগড়ৰ জ্যেষ্ঠ সাংবাদিক আদিত্য শইকীয়াৰ কবিতা পুথি "জীৱন যুদ্ধ" আজি অসম মেডিকেল কলেজ হাসপাতালত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচন কৰে ৰত্নেশ্বৰ বৰাই।