অসম মেডিকেল কলেজ হাসপাতালত কবিতা পুথি উন্মোচন


31/12/2021 23:17:21 PM   Moutushi         27397







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
শাৰীৰিক ভাবে অসুস্থ ডিব্রুগড়ৰ জ্যেষ্ঠ সাংবাদিক আদিত্য শইকীয়াৰ কবিতা পুথি "জীৱন যুদ্ধ" আজি অসম মেডিকেল কলেজ হাসপাতালত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচন কৰে ৰত্নেশ্বৰ বৰাই।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :