03/04/2022 14:48:49 PM Moutushi 29
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য।
ৰবিবাৰে পেট্ৰ’লত বৃদ্ধি পালে ৮৯ পইচা আৰু ডিজেলত বৃদ্ধি পালে ৮৫ পইচাকৈ।
বিগত ১২ দিনত প্ৰায় ৭ টকা পৰ্যন্ত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।
গুৱাহাটীত পেট্ৰ’লৰ মূল্য ১০৩ টকাৰ ওপৰত।
গুৱাহাটীত ডিজেলৰ দাম ৮৯.৪৩ টকা।
১৩ দিনত ১১ বাৰ বৃদ্ধি পালে মূল্য।