আউনী আটী সত্ৰৰ লুইতৰ পাৰত দুঃসাহসী ক্ৰীড়া


04/04/2022 21:47:37 PM   Moutushi         999







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ উত্তৰ গুৱাহাটীঃ কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আউনী আটী সত্ৰৰ লুইতৰ পাৰত আজি দুঃসাহসী ক্ৰীড়া অনুষ্ঠিত কৰিছে নৰ্থ ইষ্ট ৰাইডাৰচ এছ'চিয়েচনে । ৰাজপথত বাইক ষ্টাণ্ট কৰি বিপদ নমোৱাতকৈ খেল পথাৰলৈ আনি ৰাষ্টীয় মানদণ্ডৰ খেলুৱৈ নিৰ্মাণৰ প্ৰয়াস কৰিছে নৰ্থ ইষ্ট ৰাইডাৰছে । উত্তৰ গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ পুৱৰ বিশেষকৈ মিজোৰাম, মেঘালয়, অৰুনাচল প্ৰদেশ সহ অন্যান্য ৰাজ্যৰ
শতাধিক খেলুৱৈয়ে অংশগ্ৰহন কৰা প্ৰাইজমানি খেলখন তিনিটা শাখাত অনুষ্ঠিত হৈছে । এক্সপাৰ্ট , নবিছ আৰু টু ষ্ট্ৰোক এই তিনিটা শাখাৰ খেলুৱৈয়ে দেখুৱালে সুন্দৰ খেল । দৰ্শক ক্ৰীড়া প্ৰেমীৰ হাত চাপৰিয়ে উৎসাহিত কৰিলে খেলুৱৈক




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Adventure sports banks Louis Auni Ati Sattar