06/04/2022 18:55:38 PM Moutushi 40
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আজি পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য।
বুধবাৰৰ দিনটোত গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লত বৃদ্ধি ৮৯ পইচাকৈ আৰু ডিজেলত বৃদ্ধি পালে ৮৪ পইচা।
গুৱাহাটীত পেট্ৰ’লৰ দাম প্ৰতিলিটাৰ ১০৫.৬৬ টকা হয়গৈ।
বিগত প্ৰায় ২ সপ্তাহত পেট্ৰ’লৰ দাম ১১.০৯ টকা আৰু ১০.১১ পইচা বৃদ্ধি ডিজেলত।
মূল্যবৃদ্ধিয়ে এতিয়া কোঙা কৰিছে জনতাক।
বিগত ১৬ দিনত ১৪ বাৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য।