হাটশিঙিমাৰী প্ৰিমীয়াম লীগ সিজন ১


07/04/2022 18:35:26 PM   Moutushi         980







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
হাটশিঙিমাৰী ক্ৰিকেট সন্থা আৰু জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা হাটশিঙিমাৰী প্ৰিমীয়াম লীগ সিজন ১ ৰ বুধবাৰে নিশা চূড়ান্ত খেলখন ধুবুৰী গ্লোবেল আৰু ভুৰাকাটা গাঁও পঞ্চায়ত দলৰ মাজত অনুষ্ঠিত হয়। দিবা নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ এই চূড়ান্ত খেলত ধুবুৰী গ্লোবেল টচত জয়ী হৈ প্ৰথমে বল কৰাৰ সিদ্ধান্ত লয়। ভুৰাকাটা দল প্ৰথমে বেটিং কৰি নিৰ্দ্ধতিৰ ১০ অভাৱত দুই ইউকেটৰ বিনিময়ত ১৫১ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ধুবুৰী গ্লোবেল ১০ অভাৱৰ অন্তত ৬ উইকেট হেৰুৱাই ৯১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        final match Hatshingimari Premium League collaboration