ডিফুত বহু ভাষী কবি সন্মিলন


11/04/2022 00:34:26 AM   Moutushi         1043







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
ডিফুঃ
সাহিত্য আৰু সাংস্কৃতিক বৰ্ণিল কাৰ্যসূচীৰে অসম সাহিত্য সভা আৰু কাৰ্বি সাংস্কৃতিক সমাজ আৰু কাৰ্বি আংলং সায়ত্ব শাসিত পৰিষদৰ সহযোগত ডিফু জয়ছিং দলৈ প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্নাঢ্য সাহিত্য- সংষ্কৃতি আৰু সম্প্ৰীতি সমাৰোহৰ আজি সফল সামৰণি পৰে। এই উপলক্ষে আজি অন্তিম কাৰ্যসূচীৰ অংশ হিচাপে বহুমুখী কবি সন্মিলনৰ উদ্ধোধন কৰে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দিবাকৰ নাথে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Multi speaking Poets Conference Diphu