21/04/2022 12:23:36 PM Moutushi 6980
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
চৰকাৰী চাকৰিয়ালৰ বাবে ভাল খবৰ।
পুনৰ বন্ধ হ’ব ৪ দিন চৰকাৰী কাৰ্যালয়।
২১ এপ্ৰিল সতী সাধনী দিৱস উপলক্ষে বন্ধ থাকিব কাৰ্যালয়।
২২ এপ্ৰিল পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বন্ধ ।
এই ২২ এপ্ৰিল দিনটো কেৱল মাত্ৰ কামৰূপ মেট্ৰৰ কৰ্মচাৰীসকলৰ বাবে বন্ধ কাৰ্যালয়।
২৩ এপ্ৰিল কাৰ্যালয় বন্ধ থাকিব চতুৰ্থ শনিবাৰৰ বাবে।
আৰু ২৪ এপ্ৰিল দেওবাৰৰ বাবে বন্ধ থাকিব কাৰ্যালয় ।