নগাঁৱত আই পি এলৰ জুৱা ঘাটি উৎখাত


01/05/2022 17:10:09 PM   Moutushi         541







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
নগাঁৱত আই পি এলৰ জুৱা ঘাটি উৎখাত।
চহৰখনৰ আজাদ নগৰত আৰক্ষীৰ অভিযান।
এই অভিযানত আৰক্ষীয়ে আটক কৰে আফজাৰুল ৰহমানক।
ৰহমানৰ নেতৃত্বতে আজাদ নগৰত চলি আহিছিল আই পি এলৰ জুৱা।
আৰক্ষী বিষয়া মনোজ ৰাজবংশীয়ে চলোৱা অভিযানত জালত পৰে আফজাৰুল।
আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ধন।
জব্দ কৰিছে চাৰিটাকৈ মবা’ইল, টেলিভিচন, নথি পত্ৰ আদি




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        IPL gambling deficit uprooted Nagaon