05/05/2022 18:03:38 PM Moutushi 441
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়াত পদক লাভ অসমৰ দুই ছাত্রীৰ।
কাৰাটে খেলত ৰূপ আৰু ব্রঞ্জৰ পদক অৰ্জন ইমন গগৈ আৰু জোনমণি দাসৰ।
জৈন বিশ্ববিদ্যালয়, বাগাংলুৰুত অনুষ্ঠিত হৈছিল এই প্রতিযোগিতা।
দুয়োগৰাকী খেলুৱৈলৈ অসম ৰাজ্যিক কাৰাটে সন্থা, কাৰাটে স্কুল অব ইণ্ডিয়া, গুৱাহাটী শাখাৰ উষ্ম আদৰণি।