বাণিজ্যিক চিলিণ্ডাৰৰ পিছত এইবাৰ দাম বাঢ়িল ঘৰুৱা চিলিণ্ডাৰৰ


07/05/2022 22:37:29 PM   Moutushi         9







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বাণিজ্যিক চিলিণ্ডাৰৰ পিছত এইবাৰ দাম বাঢ়িল ঘৰুৱা চিলিণ্ডাৰৰ। প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত দাম বৃদ্ধি পালে ৫০টকাকৈ। এই নতুন নিৰিখ শনিবাৰৰে পৰা সমগ্ৰ দেশত প্ৰযোজ্য হৈছে। এতিয়া প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হলগৈ ১০৪৮টকা।

উল্লেখ কৰা প্ৰয়োজন যে, কেইটামান দিনৰ পূৰ্বে বাণিজ্যিক চিলিণ্ডাৰৰ দাম প্ৰতিটোত বৃদ্ধি পাইছিল ১০২টকাকৈ। চিলিণ্ডাৰৰ মূল্যবৃদ্ধিক লৈ বিৰোধী দলৰ লগতে সাধাৰণ জনতাৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Domestic cylinders rise commercial cylinders