ৰাজ্যৰ বিষয়া, কৰ্মচাৰীসকললৈ মুখ্য সচিবৰ বিশেষ নিৰ্দেশনা


10/05/2022 15:27:55 PM   Moutushi         1543







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ৰাজ্যৰ বিষয়া, কৰ্মচাৰীসকললৈ মুখ্য সচিবৰ বিশেষ নিৰ্দেশনা।
অমিত শ্বাহৰ অসম ভ্রমণৰ সময়তে এই নিৰ্দেশনা মুখ্য সচিবৰ।
এই নিৰ্দেশনাৰ জৰিয়তে এক প্ৰকাৰে বিষয়া, কৰ্মচাৰীক সকীয়নি মুখ্য সচিব জিষ্ণু বৰুৱাৰ।
ৰাজ্যিক বা ভি ভি আই পিৰ অনুষ্ঠানত বিষয়া, কৰ্মচাৰীক মাৰ্জিত পোছাক পৰিধান কৰাৰ নিৰ্দেশনা।
কোনো বিষয়া, কৰ্মচাৰীয়ে জিন্স, টি-ছাৰ্ট পৰিধান কৰি দায়িত্ব পালন কৰিব নোৱাৰিব।
অনুষ্ঠানৰ লগত খাপখোৱা সাজ-পোছাক পিন্ধিব লাগিব সকলোৱে।
এই নিৰ্দেশ অমান্য কৰিলেই শাস্তিৰ সন্মুখীন হ’ব লাগিব চৰকাৰী কৰ্মচাৰী।
অৱশ্যে ইউনিফৰ্ম থকা কৰ্মচাৰীসকলক ৰেহাই দিয়া হৈছে




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Special instructions Chief Secretary State