চৰাইদেউ জিলাত শিক্ষা বিভাগৰ গুণো উৎসৱৰ নামত চূড়ান্ত প্ৰহসন


11/05/2022 18:18:21 PM   Moutushi         1900







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
চৰাইদেউ জিলাত শিক্ষা বিভাগৰ গুণো উৎসৱৰ নামত চূড়ান্ত প্ৰহসন । মঙলবাৰে নিশা ন বজালৈকে শিক্ষক সমাজে লাভ কৰিব পৰা নাই গুণোৎসৱৰ প্ৰশ্ন কাকত।

জিলাখনৰ বিভিন্ন প্ৰান্তৰ দূৰণী বতীয়া শিক্ষকৰ বিলৈ। এফালে শিক্ষক সমাজৰ ক্ষোভ,আনফালে শিক্ষা বিষয়াই সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা।

লক্ষণীয় বিষয় যে অহা কালিলৈ পুৱা ভাগত অনুষ্ঠিত হব গুণো উৎসৱ। কিন্তু বহু নিশা পৰ্য্যন্ত শিক্ষকে লাভ কৰা নাই যাৱতীয় নথি পত্ৰ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Final farce Guno Utsav education department Sarideu district