অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা


12/05/2022 13:02:01 PM   Moutushi         2425







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা।
৬,৬৬২ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
APROৰ ৮১৩ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
F&ESৰ ৭৮৮ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
DGCDৰ ৭৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা
AISFৰ ১৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা নহ’ল।
আদালতত চলি থকা গোচৰৰ বাবে ঘোষণা কৰা নহ’ল ফলাফল।
SLPRBৰ ৱেবছাইটত আপলোড কৰা হৈছে ফলাফল।
ফলাফল চাব পাৰিব www.slprbassam.inত।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Assam Police Constable Test Results Announced