12/05/2022 13:02:01 PM Moutushi 2425
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা।
৬,৬৬২ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
APROৰ ৮১৩ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
F&ESৰ ৭৮৮ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা।
DGCDৰ ৭৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা
AISFৰ ১৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা নহ’ল।
আদালতত চলি থকা গোচৰৰ বাবে ঘোষণা কৰা নহ’ল ফলাফল।
SLPRBৰ ৱেবছাইটত আপলোড কৰা হৈছে ফলাফল।
ফলাফল চাব পাৰিব www.slprbassam.inত।