ৰাজীৱ ভৱনত অসম প্রদেশ কংগ্রেছৰ সংবাদমেল


12/05/2022 13:22:38 PM   Moutushi         2146







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
ৰাজীৱ ভৱনত অসম প্রদেশ কংগ্রেছৰ সংবাদমেল।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সম্বোধন কৰিলে এই সংবাদমেল।
অসম চৰকাৰৰ কাম-কাজক সমালোচনা ভূপেন বৰাৰ।
গৃহমন্ত্রীয়ে অসমত বিকাশ আৰু শান্তিৰ যুগ আৰম্ভ হোৱা বুলি কৈছিল।
কিন্তু বিকাশ আৰু শান্তিৰ যুগতে ২০০যুৱকে আলফাত যোগ দিছে।
দুজনৰ মৃত্যু হৈছে, এয়া হৈছে শান্তি।
প্র’টিনৰ অভাৱত অসমৰ মানুহে কাঠফুলা খাই মৃত্যুমুখত পৰিছে।
কিডনী বিক্রী কৰিছে, এয়াই হৈছে বিকাশ ।
জি ডি পিত অসম দেশৰ ভিতৰত ১৭ নম্বৰত আছে।
চাকৰিৰ ক্ষেত্রত ডেডলাইন মাৰ্চ আছিলে, এতিয়া মে’ মাহ পালেগৈ।
১বছৰত ৫ লাখ চাকৰি দিয়াৰ প্রতিশ্রুতি ভংগ কৰিছে মুখ্যমন্ত্রীয়ে।
ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে ক্ষমা খুজিব লাগে।
এই মন্তব্য ভূপেন বৰাৰ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Assam Pradesh Congress press conference Rajiv Bhawan