কোকৰাঝাৰত ৰে’ল দূৰ্ঘটনাত এজন যুৱকৰ মৃত্যু


13/05/2022 15:53:22 PM   Moutushi         958







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কোকৰাঝাৰ সদৰ চহৰৰ অভাৰব্ৰীজৰ তলত আজি বিয়লি ৩:২৫ মান বজাত ৰে’ল দূৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয় । উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ৰে’ল গাড়ীৰ খুন্দাত যুৱকজনৰ মূৰটো ছিন্ন হৈ পৰে । নিহত যুৱকজনক সদৰ চহৰৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা নুৰুল হালদাৰৰ সন্তান মফিজুল হালদাৰ (৩৮) বুলি চিনাক্ত কৰা হৈছে । যুৱকজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        youth killed train accident Kokrajhar