আজি ২৩ হাজাৰ যুৱক-যুৱতীৰ চৰকাৰী নিযুক্তি


14/05/2022 17:37:21 PM   Moutushi         38







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিভাগীয় মন্ত্ৰীয়ে প্ৰায় ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত তুলি দিব বিভিন্ন বিভাগৰ অধীনত চৰকাৰী নিযুক্তি পত্ৰ। পুৱা ১১.৩০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া অনুষ্ঠান।

গৃহ বিভাগতঃ ৮,৮৬৭টা, প্ৰাথমিক শিক্ষাঃ ৭,৪২২টা, মাধ্যমিক শিক্ষাঃ ৩,৫১৭টা, উচ্চ শিক্ষাঃ ১২৪টা, জনস্বাস্থ্য কাৰিকৰীঃ ৩৩০টা, জলসম্পদঃ ১০৫টা, সমাজ কল্যানঃ ৬৯টা, স্বাস্থ্যঃ ২,৪১৯টা,

কৃষিঃ ৫৫, পৰিৱেশ আৰু বনঃ ২৩, লোক নিৰ্মাণঃ ৮, খনি আৰ খনিজ পদাৰ্থঃ ২, শ্ৰমিক কল্যানঃ ১৭টা পদৰ বাবে আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হব।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Today 23 000 youth employed government appointments