দিল্লীৰ এটা মেট্র’ ষ্টেচনৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড


14/05/2022 17:56:57 PM   Moutushi         753







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
দিল্লীৰ এটা মেট্র’ ষ্টেচনৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড
এটা ব্যৱসায়িক প্রতিষ্ঠানত এই অগ্নিকাণ্ড
অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭গৰাকীলৈ বৃদ্ধি
ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী মনীষ লাকৰা পলাতক
এই ভয়ংকৰ ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকাশ
প্রতিগৰাকী নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ সাহায্য ঘোষণা
ঘটনাত আহত সকললৈ চিকিৎসাৰ বাবে ৫০হাজাৰ টকাৰ সাহায্য




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Massive fire near metro station Delhi