14/05/2022 17:56:57 PM Moutushi 753
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
দিল্লীৰ এটা মেট্র’ ষ্টেচনৰ সমীপত ভয়াৱহ অগ্নিকাণ্ড
এটা ব্যৱসায়িক প্রতিষ্ঠানত এই অগ্নিকাণ্ড
অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭গৰাকীলৈ বৃদ্ধি
ব্যৱসায়িক প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী মনীষ লাকৰা পলাতক
এই ভয়ংকৰ ঘটনাত প্রধানমন্ত্রীৰ শোক প্রকাশ
প্রতিগৰাকী নিহতৰ পৰিয়াললৈ ২লাখ টকাৰ সাহায্য ঘোষণা
ঘটনাত আহত সকললৈ চিকিৎসাৰ বাবে ৫০হাজাৰ টকাৰ সাহায্য