GMCৰ পিছত এইবাৰ ‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং।


14/05/2022 18:26:09 PM   Moutushi         36







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
GMCৰ পিছত এইবাৰ ‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং।
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আপৰ।
২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব আপে।
শিলচৰৰ চাহ বাগিচা উচ্ছেদৰ বিৰোধিতা আপৰ।
শীঘ্রেই অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল।
অৱশ্যে এতিয়াও দিনবাৰ ঠিক হোৱা নাই।
সংবাদমেলযোগে এই কথা জনালে আপৰ সমন্বয়ক ৰাজীৱ শইকীয়াই।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17801
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        'AAP' aims Karbi Anglong time after GMCৰ.