14/05/2022 20:16:59 PM Moutushi 52
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
DRIৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সোণ।
ডিমাপুৰ আৰু গুৱাহাটীত জব্দ সোণখিনি।
ভাৰত-ম্যানমাৰ সীমান্তইদি সৰবৰাহ হৈছিল সোণখিনি।
দুখন টেংকাৰ আৰু ট্রাকত অনা হৈছিল সোণখিনি।
জব্দকৃত সোণখিনিৰ ওজন ১৫.৯৩ কিলোগ্রাম।
সোণখিনিৰ বজাৰ মূল্য প্রায় ৮.৩৮ কোটি টকা।