DRIৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সোণ


14/05/2022 20:16:59 PM   Moutushi         52







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
DRIৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং সোণ।
ডিমাপুৰ আৰু গুৱাহাটীত জব্দ সোণখিনি।
ভাৰত-ম্যানমাৰ সীমান্তইদি সৰবৰাহ হৈছিল সোণখিনি।
দুখন টেংকাৰ আৰু ট্রাকত অনা হৈছিল সোণখিনি।
জব্দকৃত সোণখিনিৰ ওজন ১৫.৯৩ কিলোগ্রাম।
সোণখিনিৰ বজাৰ মূল্য প্রায় ৮.৩৮ কোটি টকা।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17803
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17802
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Huge quantity smuggled gold seized DRI raid