বৰপেটাত নাৰী সৰবৰাহ কাৰীৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ


14/05/2022 20:39:24 PM   Moutushi         734







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বৰপেটা কয়াকুছিৰ নাৰী সৰবৰাহ কাৰীৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা কয়াকুছি আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাৰী সৰবৰাহ কাৰীক।

গ্ৰেপ্তাৰ হোৱা আচামি জন কয়াকুছিৰ সমীপৰ মৰিচাৰ আশ্ৰাফুল ইছলাম বুলি জানিব পৰা গৈছে। আশ্ৰাফুলৰ লগত জড়িত ছাদ্দাম হুছেইন আৰু জনৈক ৰাহুল এতিয়ালৈকে পলাতক।

বহু দিন ধৰি নাৰী সৰবৰাহৰ লগত জড়িত আছিল আশ্ৰাফুল ইছলাম, ছাদ্দাম হুছেইন আৰু জনৈক ৰাহুল । নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাৰী সৰবৰাহ কাৰী আশ্ৰাফুল ইছলামক।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17804
http://www.anmnewsassam.com/Home/GetNewsDetails?p=17800
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Arrest woman supplier Barpeta