বঙাইগাঁৱত এজন লোকৰ মৃতদেহ উদ্ধাৰ


23/05/2022 14:25:57 PM   Moutushi         407







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
বঙাইগাঁৱত এজন লোকৰ মৃতদেহ উদ্ধাৰ।
কাকৈজানৰ শিমলাতলিত উদ্ধাৰ লোকজনৰ মৃতদেহ।
মৃত লোকজনৰ নাম দেৱব্রত ৰায়।
বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল লোকজন।
দেৱব্ৰত ৰায়ৰ কিদৰে মৃত্যু হ’ল এতিয়ালৈকে জানিব পৰা হোৱা নাই।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Body man recovered Bongaigaon