তামুলপুৰৰ ধলাবাৰিত দুধর্ষ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ


25/05/2022 21:29:58 PM   Moutushi         25







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ
তামুলপুৰ
: :আজি পুৱতি নিশা তামুলপুৰ আৰক্ষীয়ে এক অভিযান চলাই ধলাবাৰিৰ নিজা বাস ভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে ৰিয়াজুল আলি নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক । ধৃত ৰিয়াজুলৰ ঘৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৭.২২ গ্ৰাম হিৰোইন, নগদ ৩২ হাজাৰ টকা সহ এখন অল্টো গাড়ী , দুখন বাইক আৰু এখন ট্ৰেক্টৰ।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Milk drug dealer arrested Dhalabari Tamulpur