28/05/2022 15:57:26 PM Moutushi 8572
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
CRPFৰ নিযুক্তি পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী।
আৰক্ষীৰ জালত ৫জন যুৱক।
আনৰ হৈ পৰীক্ষা দিবলৈ গৈছিল যুৱক কেইজনে।
পূৰ্বেও আৰক্ষীৰ হাতত আটক হৈছিল আন ৪ জন ভুৱা পৰীক্ষাৰ্থী।
আটাইকেইজনকে বশিষ্ঠ থানাত জেৰা অব্যাহত।