CRPFৰ নিযুক্তি পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী


28/05/2022 15:57:26 PM   Moutushi         8572







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
CRPFৰ নিযুক্তি পৰীক্ষাত ভুৱা পৰীক্ষাৰ্থী।
আৰক্ষীৰ জালত ৫জন যুৱক।
আনৰ হৈ পৰীক্ষা দিবলৈ গৈছিল যুৱক কেইজনে।
পূৰ্বেও আৰক্ষীৰ হাতত আটক হৈছিল আন ৪ জন ভুৱা পৰীক্ষাৰ্থী।
আটাইকেইজনকে বশিষ্ঠ থানাত জেৰা অব্যাহত।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Fake examinees CRPF recruitment test