আই পি এল ২০২২ ত জয়ী নৱাগত দল গুজৰাট টাইটানচ


30/05/2022 16:29:10 PM   Moutushi         929







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আই পি এল ২০২২ ত জয়ী নৱাগত দল গুজৰাট টাইটানচ।
প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল দলটোৱে।
ৰাজস্থান ৰয়েলচে ১৩১ ৰাণ বান্ধি দিছিল টাইটানচক।
৭ উইকেটত জয়ী হ’ল গুজৰাট টাইটানচ।
আই পি এল ২০২২ ত ফাইনেলত অৱতীৰ্ণ হৈছিল ৰাজস্থান ৰয়েলচ আৰু গুজৰাট টাইটানস।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Gujarat Titans win IPL 2022