31/05/2022 14:25:52 PM Moutushi 32
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
মহানগৰীত গাড়ীচালকৰ ৰূপত ড্ৰাগছ ব্যৱসায়ী।
হোলী চাইল্ড স্কুলৰ গাড়ী চালকক গ্ৰেপ্তাৰ।
মঙলবাৰে গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰীটো।
গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম নিতুমণি কলিতা।
কৃষ্ণনগৰ বাসিন্দাবাসীৰ ওচৰত কৰায়ত্ব ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো।
নিতুমণি কলিতাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।