এটা আম ৷ দাম ১.৫০ লাখ টকা


11/06/2022 12:45:34 PM   Moutushi         26







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
এটা আম ৷ দাম ১.৫০ লাখ টকা ৷ লংকা কাকীৰ পদুমপুখুৰী চি আৰ পি এফ জোৱান শক্ৰুঘ্ন মুখীয়া ৷ জোৱানজনে ২০২১ চনৰ আগষ্ট মাহত কলিকতাৰ এখন নাৰ্চাৰীৰ পৰা পোন্ধৰ শ টকাত কিনি আনিছিল আমৰ পুলিটো ৷

জাপানৰ প্ৰজাতি আম পুলিটোৰ নাম EGG OF THE SUN ৷ জোৱানজনে নিজ গৃহৰ এখন চাদৰ ওপৰত ৰুইছে আম পুলিটো৷ আম পুলিটোত লাগি আছে এটা আম ৷ এই আমটোক লৈ চিন্তিত গাঁও বাসী আৰু জোৱান জনৰ পিতৃ ৷

আমটোক লৈ কৌতুকহলৰ লগতে ৰক্ষণা-বেক্ষনক লৈ তৎপৰ এই লোক সকল ৷ গুগুলতো আমটোৰ দামক লৈ চৰ্চা ৷ সঁচাকৈ যদি EGG OF THE SUN প্ৰজাতিৰ আম হয়,তেনেহলে এই আমটো বিক্ৰী কৰিলে জোৱানজনে পাব লক্ষাধিক টকা ৷

জোৱানজনৰ পিতৃয়ে জানিব দিয়া মতে এই আমটো বিক্ৰী নকৰে নিজৰ লগতে গাঁওবাসীকো আমটোৰ জুটি ল’বলৈ দিব । গাঁৱবাসীও আমটোক লৈ উৎকন্ঠিত।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        mango price lotus pond