18/06/2022 13:09:37 PM Moutushi 2600
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে।
শনিবাৰে পুৱাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিলে প্রধানমন্ত্রী মোডীয়ে।
অসমক সকলো ধৰণে সহায় কৰিব বুলি আশ্বাস দিলে মোডীয়ে।
টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এই কথা।
পুৱা ৬ বজাতেই প্ৰধানমন্ত্ৰী মোডীয়ে ফোন কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মালৈ।