21/06/2022 14:06:47 PM Moutushi 122
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অম্বিকাগিৰী নগৰৰ সেউজ সংঘৰ বাকৰিত ২০জুনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। সংঘৰ প্ৰাংগনত কবিতা, গীত আৰু বাঁহীৰে ৰাভাক সোৱৰণ কৰাৰ লগতে বিষ্ণু ৰাভাৰ জীৱন আৰু দৰ্শনৰ সন্দৰ্ভত বিশিষ্ট কবি ৰাজেন বৰদলৈ আৰু গংগাপদ চৌধুৰীয়ে আলোকপাত কৰে।