আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন


21/06/2022 15:14:30 PM   Moutushi         118







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
অষ্টম সংখ্যক আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ অন্যান্য অনান্য প্ৰান্তৰ লগতে অসমৰো বিভিন্ন ঠাইত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। দেশৰ ৭৫ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি একল অভিযান নগাঁও অঞ্চলৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত যোগ দিৱস অনুষ্ঠিত হয়।

এই যোগ দিবসত অঞ্চলটোৰ কনকন শিশুৰ পৰা জেষ্ঠ লৈকে শতাধিক যোগ প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। বটদ্ৰৱা সতীৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত যোগ দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক, শিক্ষক দিলীপ কুমাৰ নাথে যোগৰ ইতিহাস, প্ৰয়োজনীয়তা ওপৰত সাৱলীল ভাষন প্ৰদান কৰে।

একল অভিযানৰ অঞ্চল প্ৰমুখ অতুল মহান্তিয়ে আঁত ধৰা অনুষ্ঠানটিত সমাজকৰ্মী হিমেশ্বৰ দাস, বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামী, সাংবাদিক দিব্যজ্যোতি বৰুৱা, একল অভিযান নগাঁও অঞ্চলৰ অধ্যক্ষ ৰাধা ৰমন খাটোৱালা, সম্পাদক ললিত কোঠৰীকে




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        International Yoga Day Celebrated