21/06/2022 16:21:38 PM Moutushi 396
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
যোৱা ১৬ ৰ পৰা ১৯ জুনলৈ স্বৰ্ণিম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়ত ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে অনুষ্ঠিত কৰা চাৰিদিনীয়া উদ্বোধনী ৰাষ্ট্ৰীয় অ’পেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ৫০০ মিটাৰ দৌৰত অসমৰ দীপামনি ডেকাই স্বৰ্ণ জয় কৰে