23/06/2022 14:26:10 PM Moutushi 111
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
হোটেল ৰেডিশ্বন ব্লুত উপস্থিত মন্ত্ৰী অশোক সিংহাল
বিসম্বাদী বিধায়ক সকলক সাক্ষাৎ কৰিব তেওঁ।
ইতিমধ্যে ৰেডিশ্বন ব্লুত বাহৰ পাতিছে বিসম্বাদী ৪৯ বিধায়কে।
অব্যাহত আছে মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকত।
বিসম্বাদী বিধায়ক সকলৰ সৈতে আৰক্ষী আয়ুক্ত হৰমিত সিঙো উপস্থিত হৈছেগৈ।