শিৱসেনাৰ বিদ্রোহী নেতা একনাথ সিন্দেৰ শক্তি বৃদ্ধি


23/06/2022 14:28:50 PM   Moutushi         390







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
শিৱসেনাৰ বিদ্রোহী নেতা একনাথ সিন্দেৰ শক্তি বৃদ্ধি।
ৰেডিছন ব্লুত বাহৰ ৪৬ বিসম্বাদী বিধায়কৰ।
বৃহস্পতিবাৰে গুৱাহাটী পায়হি বিধায়ক কেইগৰাকী।
বিধায়ক কেইগৰাকী হ’ল-দীপক কেশাকৰ,মংগেশ কুদালকাৰ আৰু চাদা সাৰভনকাৰ।
৩৭ গৰাকী শিৱসেনা বিধায়কৰ বাহৰ ৰেডিছন ব্লুত।
৯ গৰাকী নিৰ্দলীয় বিধায়কৰ বাহৰ ৰেডিছন ব্লুত।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Shiv Sena rebel leader Eknath Shinde strength increases