23/06/2022 14:40:18 PM Moutushi 396
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আজি পৰ্যন্ত ৰাজ্যৰ বানত ৩২খন জিলাৰ ৪,৯৪১খন গাঁও ক্ষতিগ্রস্ত।
বানত ক্ষতিগ্রস্ত হৈছে ৫৪,৫৭,৬০১ গৰাকী লোক।
যোৱা ২৪ ঘণ্টাত ৪টি শিশুসহ ১২গৰাকী লোকৰ বানত মৃত্যু।
ধৰমতুলত বৰ্তমানেও বিপদ সীমাৰ ওপৰেৰে বৈ আছে কপিলী নদী।
নাঙলামূৰাঘাটত বিপদ সীমাৰ ওপৰেৰে বৈছে দিচাং নদী।
ধুবুৰী,গোৱালপাৰা,তেজপুৰ,নিমাতীঘাটত বিপদসীমাৰ ওপৰেৰে বৈছে ব্রহ্মপুত্র।