কামৰূপ জিলাত নিষেধাজ্ঞা জাৰি


23/06/2022 21:36:52 PM   Moutushi         30







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ আমিনগাওঁঃ কামৰূপ জিলাৰ লগতে অসমৰ বান পৰিস্হিতি জটিল হোৱাৰ পৰিপ্ৰেক্ষিতত অতিৰিক্ত জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ধাৰা আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫ৰ ৩৯ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি বানক্ৰান্ত অঞ্চলত অপ্ৰোয়জনীয় চলাচল,৫জন বা ততোধিক লোকৰ সমাগম, বিল,নদী ইত্যাদি কে ধৰি বান পানীত মৎস্য চিকাৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :