মৰিগাঁওত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত


23/06/2022 23:14:17 PM   Moutushi         330







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ মৰিগাঁওঃ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি মৰিগাঁও জিলাৰ বান বিধ্বস্ত অঞ্চলৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়াসকলৰ। সৈতে মৰিগাঁও নগৰৰ বান আক্ৰান্ত লোক সকলৰ আশ্ৰয় শিবিৰ পৰিদশ’ন কৰে ৷স্বাস্হ্য মন্ত্ৰীগৰাকীয়ে মৰিগাঁও শঙ্কৰ মাধব বিদালয়ত বানাক্ৰান্ত লোকৰ সাস্হ্য পৰীক্ষা শিবিৰ পৰিদৰ্শন কৰে ৷




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :