18/07/2022 14:29:09 PM Moutushi 35
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
আজিৰে পৰা দাম বৃদ্ধি পাব কেইবাবিধো সা-সামগ্রীৰ।
GSTৰ ফলত বহু খাদ্য, ঘৰুৱা সামগ্রীত বাঢ়িব দাম।
দৈ, পনীৰ, গুড়, মৌ, মুড়ী, চিৰা, চাউল, আটা আদিত বাঢ়িব দাম।
দাম বাঢ়িব LED লাইট, চামৰাৰ সামগ্রী, হাস্পতালৰ কোঠাৰ।
বাঢ়িব হোটেলৰ কোঠাৰ ভাড়াকে আন কেতবোৰ ক্ষেত্রত।