20/07/2022 14:19:37 PM Moutushi 34
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।
ৰংজুলিত চলিল এই অভিযান।
ৰংজুলিৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত বন বিভাগ-আৰক্ষীৰ অভিযান।
অভিযানত জব্দ চোৰাং কাঠ ভৰ্তি ডি আই বাহন।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৪ টা চোৰাং কাঠ ব্যৱসায়ীক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধৰ্মকান্ত দাস, দেৱজিৎ মুণ্ডাক।
গৌতম দাস, জুশীমুদ্দিন নামৰ দুজনকো গ্ৰেপ্তাৰ কৰা হৈছে।