02/08/2022 12:16:43 PM Moutushi 135
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কমনৱেলথ গেমছত ভাৰতৰ আন দুটি সাফল্য। ।
জুডুত মণিপুৰৰ সুশীলা দেৱীৰ ৰূপৰ পদক অৰ্জন।
৪৮ কেজি শাখাত প্রতিদ্বন্দ্বীতা কৰিছিল সুশীলা দেৱীয়ে।
আনহাতে জুডুত ব্রঞ্জৰ পদক অৰ্জন বিজয় কুমাৰৰ।
পুৰুষৰ ৬০ কেজি শাখাত ব্রঞ্জৰ পদক অৰ্জন।