04/08/2022 17:57:23 PM Moutushi 1170
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
চাকৰিৰ প্রলোভনেৰে টকা আত্মসাৎ কৰা দালাল গ্রেপ্তাৰ।
গ্রেপ্তাৰ অমৃত গগৈ নামৰ দুৰ্নীতিগ্রস্ত বিষয়াজনক।
অমৃতৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামত লাখ লাখ টকা আত্মসাতৰ অভিযোগ।
চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত অমৃত গগৈ।
সঞ্চালকৰ কাৰ্যালয়ত মুখ্য গাণনিক বিষয়া হিচাপে কৰ্মৰত গগৈ।