04/08/2022 18:25:38 PM Moutushi 106
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ জমিউল হুদা মাদ্রাছা উচ্ছেদ।
বৃহস্পতিবাৰে পুৱা চলিল এই উচ্ছেদ।
জেহাদীৰ অভিযুক্ত মুফ্টি মুস্তাফাই পৰিচালনা কৰিছিল মাদ্রাছাখনত।
ABTৰ ধনেৰে ২০১৮ চনত মাদ্রাছাখন খুলিছিল মুস্তাফাই।
মৰিগাঁও প্রশাসনে চলাইছে উচ্ছেদ অভিযান।
বিগত ৩ বছৰে বাংলাদেশৰ পৰা ধন অহাৰ অভিযোগ।
কেইদিনমান পূৰ্বে জেহাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল।