জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত


04/08/2022 18:42:11 PM   Moutushi         60







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
জাগীৰোডত নৈশ বাছ দুৰ্ঘটনাগ্রস্ত।
ট্রাকত খুন্দা দ্বীপ ট্রেভেলছ নামৰ নৈশ বাছখনৰ।
দুৰ্ঘটনাত আহত বাছখনৰ কেইবাগৰাকীও যাত্রী।
গুৱাহাটীৰ পৰা ডিগবৈ অভিমুখী আছিল বাছখন।
দুৰ্ঘটনাগ্রস্ত বাছখনৰ নম্বৰ AR 01 M 7943।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :