পুনৰ কমনৱেলথৰ পৰা ভাৰতবাসীৰ বাবে আহিল এটা ভাল খবৰ


05/08/2022 14:45:07 PM   Moutushi         282







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
পুনৰ কমনৱেলথৰ পৰা ভাৰতবাসীৰ বাবে আহিল এটা ভাল খবৰ।
ছেমি ফাইনেললৈ প্ৰৱেশ কৰিলে ভাৰতীয় পুৰুষ হকী দল।
৪-১ ব্যৱধানত ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় পুৰুষ হকী দল।
ৱেলচৰ সৈতে ছেমি ফাইনেলত প্ৰৱেশৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল ভাৰতে।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Again there good news indians Commonwealth.