06/08/2022 10:27:15 AM Moutushi 280
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কমনৱেলথ গেমছৰ ফাইনেলত প্রৱেশত ব্যৰ্থ হিমা দাস।
ছেমি ফাইনেলত দশম স্থান লাভ কৰাৰ বাবে ফাইনেলত প্ৰৱেশত ব্যৰ্থ।
০.০১ ছেকেণ্ডৰ ব্যৱধানত পৰাজিত হিমা।
আজি পুনৰ ৪x১০০ ৰীলেত অংশগ্ৰহণ কৰিব হিমাই।