কমনৱেলথ গেমছৰ ফাইনেলত প্রৱেশত ব্যৰ্থ হিমা দাস


06/08/2022 10:27:15 AM   Moutushi         280







স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
কমনৱেলথ গেমছৰ ফাইনেলত প্রৱেশত ব্যৰ্থ হিমা দাস।
ছেমি ফাইনেলত দশম স্থান লাভ কৰাৰ বাবে ফাইনেলত প্ৰৱেশত ব্যৰ্থ।
০.০১ ছেকেণ্ডৰ ব্যৱধানত পৰাজিত হিমা।
আজি পুনৰ ৪x১০০ ৰীলেত অংশগ্ৰহণ কৰিব হিমাই।




অধিক বাতৰি:
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :        Hima Das fails make entry Commonwealth Games final