06/08/2022 10:30:58 AM Moutushi 60
স্টাফ ৰিপোৰ্টাৰ এ এন এম নিউজ :
উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্রকল্পৰ বাহিৰত অঘটন।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
গেছ চিলিণ্ডাৰ পৰিবাহী ট্রাকৰ খুন্দাত নিহত এজন।
নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই।
দুৰ্ঘটনাৰ পিছতে পলায়ন ট্রাকখনৰ চালক-হেণ্ডিমেন।
ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ লোক।