গুৱাহাটীত প্রথমবাৰৰ বাবে অনুষ্ঠিত ছিনিয়ৰ একোৱাটিক চেম্পিয়নশ্বিপ


07/09/2022 16:05:53 PM   Moutushi         440







স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
গুৱাহাটীৰ সৰুসজাই একোৱাটিক ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ অনুষ্ঠিত হৈছে ৭৫ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ একোৱাটিক চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। ৬ ছেপ্টেম্বৰ, মঙলবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে এই প্ৰতিযোগিতা।

দেশৰ ২৯খন ৰাজ্যৰ প্ৰায় ৭০০ গৰাকীৰো অধিক সাতোৰবিদে অংশগ্ৰহণ কৰিছে এই প্ৰতিযাগিতাত। প্ৰতিকূল বতৰকো নেওচি বৰ্তমানেও অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। আনহাতে এই প্ৰতিযোগিতাত অসমৰ ৩৩ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।




অধিক বাতৰি:
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20185
http://www.anmnewsassam.com/Home/GetNewsDetails?p=20181
For more details visit anmnewsassam.com
Follow us at https://www.facebook.com/newsanm  




TAGS :