10/09/2022 13:45:35 PM Moutushi 3406
স্টাফ রিপোর্টাৰ এ.এন.এম নিউজঃ
শিৱসাগৰৰ জীয়ৰী সুভাশ্ৰী বৰঠাকুৰে ( অৰ্ঘা ) পুণে চহৰত অনুষ্ঠিত হৈ যোৱা মিছ পুণে নেশ্বনেল বিউটি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বেষ্ট স্মাইল অৱ পুণে খিতাপ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখ্য যে', শিৱসাগৰ প্ৰেছ ক্লাৱৰ উপসভাপতি তথা ক্ৰীড়া সংগঠক পৱিত্ৰ বৰঠাকুৰ আৰু কবি জোনা বৰঠাকুৰৰ কন্যা সুভাশ্ৰীয়ে শিৱসাগৰ চেৰেকাপাৰৰ হলিনেইম হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল।